শেহতীয়া
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় (page 54)

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

থিয়েটাৰৰ ৰজা, পাঁচশ টকীয়া সাংবাদিক ইত্যাদি

শিলাদিত্য বৰ্মন থিয়েটাৰত প্ৰযোজকেই ৰজা৷ আখৰা শিবিৰৰ পৰাই দেখি আহিছো, প্ৰযোজকে যি মন যায় তাকে কৰিব পাৰে৷ বিগত কিছু বছৰৰ পৰা টকা থকা বহুতেই থিয়েটাৰ খুলিছে৷ প্ৰচাৰৰ জোৰত মানুহো টানি আনিছে৷ কিন্তু ৰজা হ’ব পৰা নাই৷ পিছে ৰজা এতিয়া নাই ...

Read More »

শ্লোগান নে সপোন সলনি বিজেপিৰ?

প্ৰতিবেদনঃ বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ শ্লোগান আছিল ‘কংগ্ৰেছমুক্ত ভাৰত’ৰ। কিন্তু এতিয়া সপোন সলনি হ’ল বিজেপিৰ। বিজেপিৰ এতিয়া নতুন সপোন। বিজেপিয়ে সপোন দেখিছে বিৰোধীমুক্ত ভাৰতৰ। ভুবনেশ্বৰত অনুষ্ঠিত বিজেপিৰ দুদিনীয়া ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত সেই কথাই কৈছে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে। অমিত ...

Read More »

২৯ মে’ত ছিকিমলৈ আহিব অমিত শ্বাহ

প্ৰকাশ অধিকাৰী, গেংটক: বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে অচিৰেই ভ্ৰমণ কৰিব ছিকিম। অহা ২৯ মে’ত ছিকিমলৈ আহিব ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিজন। উল্লেখনীয় যে কালি অনুষ্ঠিত হোৱা বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত অনুসৰি অমিত ...

Read More »

পেট্ৰ’লৰ দাম বাঢ়িল ১.৩৯ টকাকৈ, ডিজেলত ১.০৪ টকা

গুৱাহাটী: বৃদ্ধি হ’ল পেট্ৰ’ল আৰু ডিজেলৰ দাম। আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ সমান্তৰালভাৱে ভাৰততো প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ১.৩৯ টকাকৈ বৃদ্ধি কৰাৰ বিপৰীতে প্ৰতি লিটাৰ ডিজেলৰ দাম প্ৰতি লিটাৰত ১.০৪ টকাকৈ বৃদ্ধি কৰা হৈছে। আই অ’চিয়ে প্ৰকাশ কৰিলে এই ...

Read More »

নতুন দিল্লী মে’ট্ৰ ষ্টেচনত আজৱ কাণ্ড, ৰাজহুৱা স্থানত চলিল অশ্লীল ছবি

নতুন দিল্লী: নতুন দিল্লীৰ ৰাজীৱ গান্ধী মে’ট্ৰ ষ্টেচনত আজি দুপৰীয়া সংঘটিত হয় এক আজৱ কাণ্ড৷ ষ্টেচনৰ পৰ্দাত দুপৰীয়া হঠাৎ ভাঁহি উঠে অশ্লীল ছবি৷ এই ঘটনাটোৱে ষ্টেচনটোত হুৱাদু্ৱা পৰিৱেশৰ সৃষ্টি কৰে৷ বিজ্ঞাপন কোম্পানীৰ বিশাল স্ক্ৰীণত এনেদৰে পৰ্ণ ক্লিপ প্ৰচাৰ হোৱাৰ পিছতে ...

Read More »

১ জুলাইৰ পৰা নতুন কৰ নীতি

দেশৰ ইতিহাসত লিখা থাকিব অসমৰ নাম: জি এছ টি। জি এছ টি হ’ল এখন ঐক্যবদ্ধ ভাৰত গঢ়াৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। কৰ আয়ুক্তালয়ে ৰাজ্যৰ ব্যৱসায়ীক সংগঠন সমূহৰ সহযোগত অনুষ্ঠিত কৰা জি এছ টি বিষয়ক ‘মন্থন’ শীৰ্ষক অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি ...

Read More »

১ মে’ৰ পৰা প্ৰত্যেক দিনেই সলনি হ’ব পেট্ৰ’ল-ডিজেলৰ দাম

কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা, ১ মে’ৰপৰা প্ৰত্যেক দিনাই সলনি হ’ব পেট্ৰ’ল ডিজেলৰ মূল্য। দেশৰ মুঠ পাঁচখন চহৰত এই নিয়ম বান্ধি দিছে চৰকাৰে। পণ্ডিচেৰী,বিশাখাপট্টনম, উদয়পুৰ, জামছেদপুৰ আৰু চণ্ডীগড়ত পোনতে বলবৎ হ’ব এই নিয়ম। পিছলৈ এই নিয়ম সকলো চহৰতে ৰূপায়ণ হোৱাৰ সম্ভাৱনা আছে।

Read More »

দুহাতেৰে লিখিবলৈ শিকোৱা আমাৰ বিদ্যালয়

শিলাদিত্য বৰ্মন আপুনি বাৰু কোনখন হাতেৰে লিখে?সোহাতেৰে লিখাত সিদ্ধহস্ত বহুলোকে পিচে বাওহাতেৰে এটা শব্দও লিখা দেখা পোৱা নাযায়। কিন্তু আপোনাৰ সন্তানেও হয়তো কেতিয়াও দুয়োখন হাত ব্যৱহাৰ কৰি লিখা মেলা কৰা দেখা নাই। মহাভাৰতৰ সব্যসাচীৰ ধাৰণা হয়তো এতিয়াৰ বহু ছাত্ৰ-ছাত্ৰীয়ে নাজানিব ...

Read More »