শেহতীয়া
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় (page 63)

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Born to Debate! লালুক আক্ৰমণেৰে আহিল অৰ্ণৱ গোস্বামীৰ Republic TV

নিউজ ডেস্ক, প্ৰথম খবৰ: প্ৰথমটো অনুষ্ঠানতে ভাৰতৰ ৰাজনীতিত এক কঁপনি তুলি আৰম্ভ হ’ল অৰ্ণৱ গোস্বামীৰ ৰিপাব্লিক টিভিৰ সম্প্ৰচাৰ। পুৱা ১০ বজাৰপৰা সম্প্ৰচাৰ আৰম্ভ হোৱা ৰিপাব্লিক টিভিৰ প্ৰথমটো অনুষ্ঠানেই আছিল বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ দুৰ্নীতি আৰু মাফিয়াৰ লগত সম্পৰ্কক ...

Read More »

ইটাহত দুৰ্ঘটনাত পতিতলৈ প্ৰধানমন্ত্ৰীৰ ক্ষতিপূৰণ

প্ৰথম খবৰ, ইটাহ: উত্তৰ প্ৰদেশৰ ইটাহ জিলাত দুৰ্ঘটনাত পতিত হৈ নিহত হোৱা ব্যক্তিসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা পুঁজিৰ পৰা নিহতজনৰ আত্মীয়লৈ ২ লাখ টকা আৰু বেয়াকৈ আহত হোৱাজনলৈ ৫০,০০ টকাৰ ক্ষতিপূৰণ ...

Read More »

চলিত বৰ্ষৰ অৰ্জুন বঁটাৰ বাবে তিনিগৰাকী বক্সাৰৰ নাম প্ৰস্তাৱ

প্ৰথম খবৰ,বালিপৰা,৪ মে’: চলিত বৰ্ষৰ অৰ্জুন বঁটাৰ বাবে তিনিগৰাকী বিশিষ্ট বক্সাৰৰ নাম প্ৰস্তাৱ কৰিছে ভাৰতীয় বক্সিং ফেডাৰেচনে। ফেডাৰেচনে ক্ৰমে সৰজুবালা দেৱী (৫১কেজি), চাউটী বৰা(৮১ কেজি) আৰু চনিয়া ল’থাৰ(৫৭)ৰ নাম প্ৰস্তাৱ কৰা হৈছে বুলি জানিব পৰা গৈছে।

Read More »

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশকে ধৰি সাতজন ন্যায়াধীশৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা

নিউজ ডেক্স,প্ৰথম খবৰ:  কলকাতা উচ্চ ন্যায়ালৰ ন্যায়াধীশ চি এছ কৰ্ননে দেশৰ উচ্চতম ন্যায়ালয়ৰ সাতজন ন্যায়াধীশৰ লগতে মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰী কৰিছে। মুখ্য ন্যায়াধীশ জে এছ খেহাৰ, ন্যায়াধীশ দীপক মিশ্ৰ, জে চেলামেশ্বৰ, ৰঞ্জন গগৈ, মদন বি লকুৰ, পিনাকী ...

Read More »

উত্তৰপ্ৰদেশত গৰুৰ বাবে এম্বুলেঞ্চ সেৱা মুকলি

প্ৰাঞ্জল প্ৰতিম বৰাৰ সহযোগত নিউজ ডেস্ক, ৩ মে’: গো-মাতা প্ৰসংগই সমগ্ৰ ভাৰতবৰ্ষ তোলপাৰ লগাই থকাৰ মাজতে ভাৰতীয় জনতা পাৰ্টীৰ যোগী আদিত্যনাথৰ দ্বাৰা শাসিত উত্তৰপ্ৰদেশত মুকলি কৰা হৈছে ৰাজ্যৰ গৰুৰ বাবে বিশেষ এম্বুলেঞ্চ সেৱা। প্ৰাপ্ত খবৰ অনুসৰি, গৰুৰ বাবে বিশেষভাৱে পৰিচালিত ...

Read More »

‘Whatsএপ’ ব্যৱহাৰকাৰী সকল সাবধান হওঁক

নিউজ ডেস্ক, প্ৰথম খবৰ : এতিয়াৰ পৰা Whatsapp ৰ মেচেজ আপুনি ডিলিট নকৰিব| কাৰণ ডিলিট কৰিলে এয়া আইন বিৰুদ্ধ হিচাপে গণ্য কৰা হ’ব লগতে জেল পৰ্যন্ত হব পাৰে। কাৰণ Whatsapp ৰ একাউণ্টত এতিয়া চৰকাৰৰ নজৰ বিদ্যমান। ভাৰত চৰকাৰে প্ৰণয়ন কৰিবলৈ লোৱা ...

Read More »

শান্তিপূৰ্ণভাৱে পাৰ হ’ল পূব চিয়াং জিলা বন্ধ

প্ৰথম খবৰ,চিলাপথাৰ: নতুনকৈ গঠিত অৰুণাচল প্ৰদেশৰ নামনি চিয়াং জিলা আৰু পূব চিয়াং জিলাৰ ত্ৰুটিপূৰ্ণ সীমা বিবাদকলৈ আজি সদৌ আদি ছাত্ৰ সন্থাই আহ্বান কৰা ১২ ঘন্টীয়া পূব চিয়াং জিলা বন্ধ শান্তিপূৰ্ণ ভাৱে পাৰ হয় ৷ বন্ধ অৰুণাচল প্ৰদেশৰ আদি জনজাতি বসতিপূৰ্ণ ...

Read More »

চৰ্দাৰ সিঙলৈ ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ বাবে পৰামৰ্শ হকী ইণ্ডিয়াৰ

প্ৰথম খবৰ,বালিপৰা,২মে’: ভাৰতীয় হকী দলৰ প্ৰাক্তন অধিনায়ক তথা হকী খেলুৱৈ চৰ্দাৰ সিঙলৈ ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ বাবে চৰকাৰৰ ওচৰত প্ৰস্তাৱ আগবঢ়াইছে হকী ইণ্ডিয়াই। উল্লেখ্য যে,ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা ক্ৰীড়াজগতত প্ৰদৰ্শন কৰা উন্নতমানৰ প্ৰদৰ্শন বাবে নিৰ্বাচিত খেলুৱৈসকললৈ আগবঢ়োৱা হয়। ...

Read More »

বহল অন্তৰৰ নিদৰ্শন

নিউজ ডেস্ক, প্ৰথম খবৰ: নাইজেৰিয়াৰ এহাল দম্পতীয়ে দিছে মহানুভৱতাৰ আন এক নিদৰ্শন। বিবাহ পাশত আবদ্ধ হোৱা এবছৰ পূৰণ নহওঁতে মি. ইমুদিয়া উডুহি নামৰ লোকজনে তুলি লয় ৫টাকৈ অনাথ শিশুক। পানীকেঁচুৱা কেইটাৰ দায়িত্ব লোৱা দম্পতি হালক নাইজেৰিয়াৰ চৰকাৰৰ লগতে প্ৰতিজন লোকেই শলাগিছে.

Read More »

ভাৰতীয় সেনাৰ প্ৰশংসনীয় কাম

প্ৰথম খবৰ,চিলাপথাৰ, ১ মে’: ভাৰত আৰু চীনৰ সীমন্ত চহৰ মেচুকা ভেলি অঞ্চলত য়াৰগিপচু নৈৰ ওপৰত এখন সেঁতু নিৰ্মাণ কৰি লাহলুং, টংকোৰলা, চাংকাৰলা আৰু য়োৰলুং গাঁৱৰ ৰাইজৰ বাবে দীৰ্ঘদিনীয়া এক সমস্যাৰ আজি অৱসান ঘটায় ভাৰতীয় সেনাৰ মেচুকা মিলিটেৰী গ্যাৰিসনে ৷ উক্ত ...

Read More »