শেহতীয়া
Home / Uncategorized

Uncategorized

৬৫ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা

নিউজ ডেস্ক, প্ৰথম খবৰ: ভাৰতীয় চলচ্চিত্ৰ উদ্যোগলৈ সূখবৰ। ৬৫ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা কৰা হৈছে। এইবাৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা মৰণোত্তৰ ভাৱে আগবঢ়োৱা হৈছে বলিউডৰ প্ৰথম মহিলা চুপাৰষ্টাৰ তথা সদ্য প্ৰয়াত শ্ৰীদেৱীলৈ। “মোম” ছবিত অনবদ্য অভিনয় কৰাৰ বাবে তেওঁক এই ...

Read More »

ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ নিখোজ বহৰিৰ দুই যুৱক

প্ৰথম খবৰ , চেঙা,24 মাৰ্চঃ বৰপেটা জিলাৰ বহৰিৰ ব্ৰহ্মপুত্ৰৰ অশোকাষ্টমী মেলাত আজি এক অঘটন সংঘটিত হয় ৷নদীত গা ধুৱলৈ গৈ ব্ৰহ্মপুত্ৰৰ সোঁতত উটি গ’ল দুটিকৈ যুৱক ৷ বহৰিৰ ব্ৰহ্মপুত্ৰৰ অশোকাষ্টমী মেলাত স্নান কৰিবলৈ যোৱা যুৱক দুটি ব্ৰহ্মপুত্ৰৰ তীব্ৰ সোঁতত উটি ...

Read More »

ভুমিৰ অধিকাৰৰ দাবীত ওদালগুৰিত আগছুৰ গণ সমাবেশ

ওদালগুৰিৰপৰা গুনজিত দাস,প্ৰথম খবৰ: ভুমি অধিকাৰৰ দাবীত আগছুৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত ওদালগুৰি বিষ্ণুৰাভা কৃষ্টি-সংঘ প্ৰাঙ্গনত এখন বিশাল গণসমাবেশ অনুষ্ঠিত হয়। সভাত আগছুৰ বি টি চি ক্ষেত্ৰীয় সমিতিৰ লগতে কেন্দ্ৰীয় সমিতিৰ নেত্ৰীবৃন্দ উপস্থিত থাকে। সমাবেশৰ জড়িয়তে বিটিচিৰ গোৰ্খা সকলৰ ভুমিৰ অধিকাৰ ...

Read More »

তিতাবৰৰ ঠেঙালবাৰীত অনুজ্ঞাপত্ৰবিহীন ইটা-ভাটা বন্ধ কৰাৰ দাবী, মহকুমাধিপতি কাৰ্যালয়ত যুৱ-ছাত্ৰ পৰিষদৰ ধৰ্ণা

তিতাবৰৰপৰা অজয় শইকীয়া,প্ৰথম খবৰ: তিতাবৰ মহকুমাৰ ঠেঙাল মৌজাৰ ধলাজান গ্ৰাণ্টৰ ৫২০ নং দাগৰ চৰকাৰী ভূমিত গঢ়ি উঠা এটা অনুজ্ঞাপত্ৰবিহীন ইটা-ভাটাৰ দ্বাৰা প্ৰদূষণ সৃষ্টিৰে স্থানীয় অঞ্চলটোৰ ৰাইজৰ বিশেষকৈ শিশুসকল বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ অভিযোগ তুলি অবৈধ ইটাভাটাতো শীঘ্ৰে বন্ধ কৰাৰ দাবীত ...

Read More »

বৰপেটাৰোডৰ অল আমিন নগৰত দেহ ব্যৱসায়ী চক্ৰ উৎখাত,৫ জনক আটক

প্ৰথম খবৰ;বৰপেটাৰোড:বৰপেটাৰোডৰ ৯ নম্বৰ ৱাৰ্ডৰ ৰেল গেটৰ কাষৰ অল আমিন নগৰত আজি সন্ধিয়া অঞ্জলটোৰ ৰাইজে এটি দেহ ব্যৱসায়ী চক্ৰ উৎখাত কৰে। স্থানীয় ৰাইজৰ অভিযোগ নগৰখনৰ বাসিন্দা মুক্তাৰ আলি দেৱানে চকুৰে নেদেখাৰ সুযোগ গ্ৰহণ কৰি তেওঁৰ ভাৰাতীয়া সকলে দেহ ব্যৱসায় চলাই ...

Read More »

২০১৬ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আৰু এন আৰ চি কামত বিধি পঠালি দিব বিছৰা ৰাজনৈতিক ব্যক্তিক সকীয়নি সংগ্ৰমী যুৱ-ছাত্ৰ পৰিষদ,অসমৰ

প্ৰথম খবৰ,শিৱসাগৰ : ২০১৬ নাগৰিকত্ব সংশোধনী বিধেয়ক শীঘ্ৰে বাতিল আৰু এন আৰ চি উন্নীতকৰণৰ কামত বিধি পঠালি দিয়াৰ কৌশলেৰে ৰাজনৈতিক মুনাফাৰ স্বাৰ্থত অসম বিৰোধী মন্তব্যৰে অসমত জাতি জনগোষ্ঠী ঐক্যতা ভঙ্গ কৰিবলৈ চেষ্টা চলোৱা ৰাজনৈতিক দালালক সকীয়াই আজি শিৱসাগৰ চহৰৰ মাজমজীয়াত ...

Read More »

ইণ্ডিয়ান বেংকৰ হাতীপুখুৰী শাখাত নিশা চাঞ্চল্যকৰ চুৰি কাণ্ড

ৰূপহীহাট, প্ৰথম খবৰ : ইণ্ডিয়ান বেংকৰ ৰূপহীহাটৰ হাতীপুখুৰী শাখাত নিশা চাঞ্চল্যকৰ চুৰি কাণ্ড সংঘটিত হয়। খিৰিকি ভাঙি, CCTV ঢাকি বেংকত প্ৰৱেশ কৰে  চোৰৰ এটা  দলে। চোৰে কম্পিউটাৰ, CCTV-ৰ HardDisk আৰু নিৰাপত্তাৰক্ষীৰ বন্দুক লুটি কৰি নিয়ে। লগতে চোৰে দুটাকৈ লকাৰ ভাঙে যদিও ...

Read More »

ভোগালীক লৈ তেজপুৰৰ মহিলা সকল ব্যস্ত

তেজপুৰৰপৰা অপুৰ্ব বৰা,প্ৰথম খবৰ:ভোগৰ উৎসৱ ভোগালীক লৈ ব্যস্ত ৰাজ্যবাসী। কৃষি প্ৰধান ৰাজ্য অসমৰ তিনি বিহুৰ ভিতৰত অন্যতম ভোগালী বিহু সম্পুণ কৃষি ওপৰত জৰিত হোৱা দেখা যায়।সোণালী পথাৰৰ পৰা সোণগুটি চপোৱাৰ পিছৰে পৰা আৰম্ভ হয় ভোগালী বিহুৰ প্ৰস্তুতি। পথাৰৰপৰা নৰা কাটি ...

Read More »

ধুবুৰীত মৃতদেহ উদ্ধাৰ, তীব্ৰ চাঞ্চল্য

ধুবৰীৰ পৰা কবিৰ মণ্ডল, প্ৰথম খবৰ : বৃহস্পতিবাৰে পুৱা ধুবুৰী – গৌৰীপুৰ মেইনৰোডৰ মদেৰগোলা পাগলাবাবা আশ্ৰমৰ পিছপিনে পথাৰত এটি মৃতদেহ উদ্ধাৰ হয়। ৰাইজে আৰক্ষীক খবৰ দিয়াত ধুবুৰী সদৰ থানাৰ আৰক্ষী বিষয়া আহি মৃতদেহ টো উদ্ধাৰ কৰি মৰোনত্তোৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক ...

Read More »

জেৰিকীন্দেঙত কাৰ্বি গীতৰ স্ৰষ্টা ৰাংচিনা ছাৰপ’ৰ স্মৃতিচাৰণ অনুষ্ঠান

প্ৰথম খবৰ,খেৰণি:পশ্চিম কাৰ্বি আংলঙৰ জেৰিকীন্দেঙত আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ল ৰাংচিনা ছাৰপ’ৰ স্মৃতিচাৰণ অনুষ্ঠান। কাৰ্বি সংহাৰী ধৰম আমেই,জেৰিকীনন্দেং লংৰী কমিটিৰ উদ্যোগত জেৰিকীনন্দেং খেল পথাৰত অনুষ্ঠিত হোৱা স্মৃতিচাৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপছিং টেৰণ ...

Read More »