Uncategorizedগুৱাহাটীশীৰ্ষ

কদৰ্যময় হৈ পৰিছে নাৰেংগী-সাতগাঁও সংযোগী পথ

নাৰেংগীৰ পৰা লিপিকা ডেকা: পথ নহয় যেন পুখুৰীহে। মহানগৰীৰ নাৰেংগী-সাতগাঁও সংযোগী পথত এতিয়া পুখুৰী সদৃশ দ গাত। ফলত যাতায়তৰ বাবে যাতনা ভুগিব লগা হৈছে এই অঞ্চলৰ লোকসমূহে। এজাক বৰষুণ হ’লেই আৰু অধিক শোচনীয় হৈ পৰে পথছোৱা। পথটোৰ এই খলা-বমা পুখুৰী সদৃশ দ-গাঁতৰ বাবে বহুতো দুৰ্ঘটনা সংঘটিত হৈ আহিছে।পথটোৰ মেৰামতিৰ বাবে স্থানীয় বিধায়কক বহুবাৰ আবেদন জনাইছে যদিও কেৱল প্ৰতিপ্ৰতিশ্ৰুতি দিয়েই দায়িত্ব সামৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।

Related Articles

Leave a Reply

Close