অসম

খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ বহুজন

প্ৰথম খবৰ, মইনবড়ী: কলগাছিয়াৰ বালাৰপাথাৰ আৰু গুনিয়ালগুৰিত খাদ্যত বিষক্ৰিয়া। দৈ খাই দুটা পৰিয়ালৰ ১৪ জনকৈ লোক অসুস্থ। দুয়োটা পৰিয়ালেই একেজন ব্যাক্তিৰ পৰা কিনিছিল দৈ। বৰ্তমান কলগাছিয়া অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন।

Related Articles

Leave a Reply

Close