অসম

চামগুৰিত চোৰাং কাঠ জব্দ

প্ৰথম খবৰ, পুৰণিগুদাম: চামগুৰিৰ চালনা আঞ্চলিক বন বিষয়াৰ নেতৃত্বত চলা এক অভিযানত চোৰাং শাল কাঠ ভৰ্তি এখন টাটা মেজিক উদ্ধাৰ হয়। প্ৰায় লক্ষাধিক টকাৰ কাঠ জব্দ।
AS02-AC-8156 নম্বৰৰ টাটা মেজিক খন খলিহামাৰীৰ পৰা উদ্ধাৰ। চালক আৰু হেন্দিমেন বৰ্তমানেও পলাতক।

Related Articles

Leave a Reply

Close