অসম

বঙাইগাঁৱৰ মন্দিৰত চুৰি

প্ৰথম খবৰ, বঙাইগাঁওঃ বঙাইগাঁৱৰ আটুগাঁৱস্থিত ভুমেশ্বৰ পাহাৰত থকা ৰাজা ঠাকুৰ মন্দিৰত নিশা চুৰি হয়৷ মন্দিৰৰ পৰা চোৰে বুজন পৰিমাণৰ ধন-সোণ লুটি নিয়ে৷ ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰোৱা হৈছে৷ উল্লেখ্য যে, উক্ত মন্দিৰত প্ৰতি বছৰে ব’হাগৰ ৭ তাৰিখে ধৰ্মপ্ৰাণ ৰাইজে পূজা-অৰ্চনা কৰে৷

Related Articles

Leave a Reply

Close