অসম

বালা গাওঁত পথ দুৰ্ঘটনা

প্ৰথম খবৰ, ৰঙিয়া: ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ বালা গাওঁত পথ দুৰ্ঘটনা । তীব্ৰ বেগী বলেৰ’ক পিছফালৰ পৰা খুন্দিয়ালে ট্ৰাকে। বলেৰ’ পথৰ দাঁতিত বাগৰি আহত ৬। আহত সকলক চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে । বাহনখন টিহুৰ পৰা গুৱাহাটী অভিমুখে আহিছিল।

Related Articles

Leave a Reply

Close