থোৰতেশীৰ্ষ

বিটিচিত ট্ৰিপালেৰে নিৰ্মাণ হ’ল ইনড’ৰ ষ্টেডিয়াম

ধনদ্বীপ বৰা, প্ৰথম খবৰ, ওদালগুৰি: হাগ্ৰামাৰ বিটিচিত চলি থকা বড়োলেণ্ড গেমছে যেন ক্ৰীড়াৰ সংজ্ঞাই সলনি কৰিবলৈ কঁকালত টঙালি বান্ধিছে। আধাৰশিলা স্থাপনৰ অভিযানত নামি পৰা হাগ্ৰামা মহিলাৰীৰ বিটিচিত ক্ৰীড়াৰ আন্তঃগাঁথনি দেখিলে চকু কঁপালত উঠিব। শেহতীয়াভাৱে চলি থকা বড়োলেণ্ড গেমছত ট্ৰিপালৰ চালিকেই ইনড’ৰ ষ্টেডিয়ামৰূপে ব্যৱহাৰ কৰিবলগীয়া হৈছে খেলুৱৈসকলে। এই কাৰ্যই নিশ্চিতভাৱে চৰ্চা লাভ কৰিছে বিটিচিত। লগে লগে হাগ্ৰামাক ফটা ঢোল বজাবলৈ এৰি উন্নয়নৰ কামত মনোনিৱেশ কৰিবলৈও দাবী জনাইছে বিভিন্নজনে।

Related Articles

Leave a Reply

Close