অসম

বিহপুৰীয়াত কান্দোনৰ ৰোল

প্ৰথম খবৰ, বিহপুৰীয়া: লখিমপুৰ জিলাৰ বিহপুৰীয়াত নিশা অহা এজাক প্ৰৱল ধুমুহাত বিহপুৰীয়াৰ বহু কেইটা পৰিয়ালৰ বিস্তৰ ক্ষতি সাধন হৈছে ৷ উল্লেখ্য যে এই ধুমুহাত ক্ষতিগ্ৰস্ত পৰিয়াল সমূহৰ কথমপি ৰক্ষা পৰিছে ৷ স্থানীয় ৰাইজে উদ্ধাৰ অভিযান বৰ্তমানেও অব্যাহত ৰাখিছে ৷ বিহপুৰীয়াৰ দেৱ দাস নামৰ মহিলা গৰাকীয়ৰ পৰিয়ালটোৰো সেই একে অৱস্থাৰ সন্মুখীন হৈছে ৷ পুৱাই বিহপুৰীয়াৰ সেই ক্ষতি গ্ৰস্ত অঞ্চল সমূহত কান্দোনৰ ৰোল উঠিছে ৷

Related Articles

Leave a Reply

Close