অসম

বৰ্তমানেও অব্যাহত ধুমুহা তাণ্ডৱ

ষ্টাফ ৰিপৰ্টাৰ, প্ৰথম খবৰ: ৰাজ্যজুৰি  প্ৰচণ্ড ধুমহা-বৰষুণ আৰু শিলাবৃষ্টি ৷ বিদ্যুৎ যোগান সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে নাৰায়ণপুৰ, বিহপুৰীয়া, বাক্সাৰ লগতে বহু অঞ্চলত। বহু লোকৰ বাসগৃহৰ বিস্তৰ ক্ষতিসাধন। বৰ্তমানলৈকে ক্ষয়- ক্ষতিৰ পৰিমাণ জানিব পৰা নাই।

Related Articles

Leave a Reply

Close