অসম

মহা মৃত্যুঞ্জয় মন্দিৰত মুকলি সভাত অংশগ্ৰহণ ৰাজ্যপাল বানোৱাৰী লাল পুৰোহিত

প্ৰথম খবৰ,বঢ়মপুৰ: নগাওঁ জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বঢ়মপুৰৰ নিকটৱৰ্তী মহামৃত্যুঞ্জয় মন্দিৰৰ মুকলি সভা অংশ ল’লে ৰাজ্যপাল পুৰোহিতে। মুকলি সভাত ৰাজ্যপালগৰাকীৰ সৈতে অংশগ্ৰহণ কৰিলে আৰ্চায্য ভূগুগিৰি মহাৰাজ, নগাঁও জিলাৰ উপায়ুক্ত চমচেৰ সিং, আৰক্ষী অধীক্ষক দেৱৰাজ উপাধ্যায় আৰু বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে।

Related Articles

Leave a Reply

Close