অসম

লালুকত আটক তিনি দুধৰ্ষ ডকাইত

প্ৰথম খবৰ, নাওবৈচা: লখিমপুৰ জিলাৰ নাওবৈচাৰ অন্তৰ্গত লালুকত আটক তিনি দুধৰ্ষ ডকাইত ৷ লালুক আৰু বঙালমৰা আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই আটক কৰা তিনিটা ডকাইতৰ হাতৰ কৰা এটা পিষ্টল,গুলিসহ  দুখন দেগাৰ আৰু সোণৰ খাৰু পোৱা গৈছে৷ আৰু তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

Related Articles

Leave a Reply

Close