অসমশীৰ্ষ

হঠাৎ জুবিন গাৰ্গ উপস্থিত বঢ়মপুৰত

প্ৰথম খবৰ, বঢ়মপুৰ: নগাৱঁৰ বঢ়মপুৰত হঠাৎ উপস্থিত হ’ল জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। বঢ়মপুৰৰ অন্ধ বিদ্যালয়ত উপস্থিত হ’ল জনপ্ৰিয় কন্ঠশিল্পীগৰাকী। জুবিন ফেন ক্লাবে আয়োজন কৰা এক ব্যতিক্ৰমী কাৰ্যসূচীত অংশ ললে জুবিন গাৰ্গে। ৰাইদেঙীয়াত সংগীতানুষ্ঠান পৰিৱেশনৰ পূৰ্বে বঢ়মপুৰৰ অনুষ্ঠানত অংশগ্ৰহণ শিল্পীগৰাকীৰ। শিল্পীগৰাকীয়ে অন্ধ বিদ্যালয়খনত উপস্থিত হৈ বৃক্ষৰোপণ কৰে। এনেদৰে আকস্মিকভাৱে উপস্থিত হোৱাত স্বাভাৱিকতেই অঞ্চলটোত আনন্দময় পৰিৱেশৰ সৃষ্টি হয়।

Related Articles

Leave a Reply

Close