অসমগ্ৰন্থশীৰ্ষ

অচিৰেই হিন্দী ভাষাত প্ৰকাশ হ’ব গুৰুজনাৰ কীৰ্ত্তন পুথি

প্ৰথম খবৰ, খুমটাই  : আজি বোকাখাত জিলা শাখাৰ পৃষ্ঠপোষকতাত পোন প্ৰথমবাৰৰ বাবে এখনি আধ্যাত্মিক বাৰ্তালোচনী ‘ভক্তিৰথ’ শুভ উন্মোচন কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰধান সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰাই ।
উল্লেখ যে, আজি উক্ত অনুষ্ঠানত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ প্ৰধান সম্পাদক প্ৰফুল্ল বৰাই ‘প্ৰথম খবৰ’ৰ আগত কয় যে, অচিৰেই হিন্দী ভাষাত প্ৰকাশ হ’ব মহাপুৰুষ শঙ্কৰদেৱ গুৰুজনাৰ কীৰ্ত্তন পুথি । ইতিমধ্যেই প্ৰাৰম্ভিক কাম সম্পূৰ্ণ হৈ উঠিছে বুলিও সম্পাদক বৰাই কয় ।

Related Articles

Leave a Reply

Close