অসম

আৰবীত সৰ্বোচ্চ নম্বৰ ধুবুৰীৰ আব্দুল মুকিতৰ

প্ৰথম খবৰ,হালাকুৰা: অসমৰ ভিতৰত উচ্চতৰ মাধ্যমিক পৰীক্ষাত আৰবীত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ধুবুৰী জিলাৰ বটেৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আব্দুল মুকিত মিঞা। তেওঁ আৰবীত ৯৮ নম্বৰ লাভ কৰিছে।

Related Articles

Leave a Reply

Close