অসম

কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত মুখ্যমন্ত্ৰীৰ বিনামুলীয়া CT Scan মুকলি

প্ৰথম খবৰ, মইনবড়ী: ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ উদ্যোগত মুখ্যমন্ত্ৰীৰ বিনামূলীয়া Diagnostic Service Programme ৰ Video Conference যোগে অসমৰ ১৬ খন জিলা অসামৰিক চিকিৎসালয়ত CT Scan Service & X-Ray Service ৰ শুভ উদ্বোধনৰ অংশ হিচাপে আজি কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়তো CT Scan Service ৰ উদ্ভোধন কৰা হয়। বৰপেটা জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডা: সুব্ৰত কুমাৰ শৰ্মাৰ পৰিচালনাত অনুষ্ঠিত সভাত মুখ্য অতিথি অতিৰিক্ত উপায়ূক্ত পুলক পাটগিৰিৰ উপস্থিতিত স্থানীয় শিক্ষাবিদ এম,মোজাম্মিল হোছাইনে এই সেৱাৰ শুভ উদ্বোধন কৰে। অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে চিকিৎসালয়ৰ একাংশ কৰ্মচাৰীৰ বিৰুদ্ধে পূৰ্বে উত্থাপিত সকলো অনিয়ম কঠোৰ হাতেৰে দমন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

Related Articles

Leave a Reply

Close