অসম

কাজিৰঙাত সাংসদ গৌৰৱ গগৈৰ আধাৰশিলা স্থাপন


প্ৰথম খবৰ,বোকাখাট: বোকাখাতৰ পানবাৰীত স্থাপন হবলগীয়া কাজিৰঙা ডিস্কভাৰী পাৰ্কৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ অধ্যয়ন কেন্দ্ৰৰ আজি আধাৰশিলা স্থাপন কৰে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে ৷ ১০ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰিব কেন্দ্ৰটো ৷ WTIয়ে নিৰ্মাণ কৰি আছে কাজিৰঙা ডিস্কভাৰী পাৰ্ক ৷

Related Articles

Leave a Reply

Close