অসম

কোকৰাঝাৰত তিনি কেএলঅ’ৰ লিংকমেনক আটক

প্ৰথম খবৰ,কোকৰাঝাৰ : কোকৰাঝাৰ আৰক্ষী আৰু ৩ নং ৰাজপুত ৰেজিমেণ্টে যৌথ অভিযান চলাই কালি নিশা তিনিগৰাকী কেএলঅ’ৰ লিংকমেনক আটক কৰাৰ লগতে লিংকমেন তিনিগৰাকীৰ পৰা দেশীয় নিৰ্মিত ৰাইফল এটা ,দুটা পিষ্টল, ছয় জাঁই সজীৱ গুলী আৰু দুটা হেণ্ড গ্ৰেণেড জব্দ কৰিবলৈ সক্ষম হৈছে । সেনা-আৰক্ষীৰ হাতত আটকাধীন লিংকমেন তিনি গৰাকী হ’ল ক্ৰমে অমিত ৰায় , হিতেশ ৰায় আৰু নিতাই ৰায় বুলি আৰক্ষীয়ে সদৰি কৰিছে ।

Related Articles

Leave a Reply

Close