অসম

কৰিমগঞ্জত আটক ভাং ব্যৱসায়ী

প্ৰথম খবৰ, কৰিমগঞ্জ: কৰিমগঞ্জত এজন ভাং ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। ধৃত ব্যৱসায়ীজনৰ নাম ৰূপম দাস। কৰিমগঞ্জ জিলাৰ তিলক চান্দ পথৰ এই যুৱকজনে বহুদিন ধৰি কৰিমগঞ্জ জেলত ভাং যোগান ধৰি আহিছিল বুলি অভিযোগ উত্থাপিত হৈছে।

Related Articles

Leave a Reply

Close