অসমশীৰ্ষ

খানাপাৰাত প্ৰধানমন্ত্ৰী মোদী

নিউজ ডেস্ক, প্ৰথম খবৰ: খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিজেপি ৰ বৰ্ষপুৰ্তিত দেশবাসীক গুৱাহাটীৰ পৰাই সম্বোধন কৰিব মোদীয়ে। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ অনুৰোধ মৰ্মে প্ৰধানমন্ত্ৰীক বৰ্ষপুৰ্তিৰ অনুষ্ঠানৰ উপলক্ষে ওলগ জনাই সভাত উপস্থিত সকলো ৰাইজে থিয় হৈ ১ মিনিট হাত চাপৰি বজাই সম্ভাষণ জনায়।

Related Articles

Leave a Reply

Close