অসম

গোলকগঞ্জত পথ দুৰ্ঘটনা

প্ৰথম খবৰ, গোলকগঞ্জ: গোলকগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত নন্দনীপাৰ সংলগ্ন ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক পথ দুৰ্ঘটনা। গৌৰীপুৰৰপৰা আগমনীত অভিমুখে গৈ থকা AS 01 AG 1478 নম্বৰৰ অল্ট আৰু বিপৰীত দিশৰপৰা অহা AS 17 E 1891 নম্বৰৰ ছুইফট ডিজায়াৰ গাড়ীৰ মুখামুখি সংঘৰ্ষ হয়।

Related Articles

Leave a Reply

Close