অসম

চাপৰমুখত মহিলাৰ মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ,ৰহা: ৰহাৰ চাপৰমুখত ৰে’লপথৰ দাঁতিত মহিলাৰ মৃতদেহ উদ্ধাৰ। ৰে’লৰ পৰা পৰি মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি সন্দেহ। চাপৰমুখ ৰে’ল আৰক্ষীয়ে উদ্ধাৰ কৰিছে অচিনাক্ত মহিলাগৰাকীৰ মৃতদেহ।

Related Articles

Leave a Reply

Close