অসম

চামগুৰিত কুকুৰ ভৰ্তি মিনি ট্ৰাক উদ্ধাৰ

প্ৰথম খবৰ,বঢ়মপুৰ,৪মে: কম্পিউটাৰ পিছত চামগুৰিত উদ্ধাৰ কুকুৰ ভৰ্তি মিনি ট্ৰাক ৷ চামগুৰি বজাৰত ৰাইজে কৰায়ত্ব কৰিলে কুকুৰ ভৰ্তি ট্ৰাক সহ চাৰিটাকৈ সৰবৰাহকাৰী। ধৃত চাৰি যুৱকে ৰূপহীহাটৰ পৰা ডিমাপুৰলৈ চোৰাংভাবে সৰবৰাহৰ চেষ্টা চলাইছিল ৭৫ টাকৈ কুকুৰ। ধৃত যুৱক চাৰিজনক কুকুৰ ভৰ্তি মিনি ট্ৰাক সহ গতালে চামগুৰি আৰক্ষীক।

Related Articles

Leave a Reply

Close