অসম

চিৰাঙত সেনা-আৰক্ষীৰে এন ডি এফ বি(স)ৰ সংঘৰ্ষ

প্ৰথম খবৰ, কাজলগাঁও: চিৰাঙৰ আমগুৰী থানাৰ অন্তৰ্গত শিশুবাৰী জংগলত সেনা-আৰক্ষীৰে এন ডি এফ বি(স)ৰ তুমুল সংঘৰ্ষ। এজন এন ডি এফ বি(স)ৰ উপমুখ্য সেনাধ্যক্ষ জেৰিমিয়া মুচাহাৰী ওৰফে জেৰিমিয়া নিহত হয়। তেওঁৰ পৰা সেনা-আৰক্ষীয়ে এটা এম ১৬ ৰাইফল,নাইন এম এম বেৰেটা (আমেৰিকান) পিস্তল এটা, মেগজিন দুটা, সজিৱ গুলি ৪ টা উদ্ধাৰ হয়। চিৰাং জিলা আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত বিটিএডি আইজিপি অনুৰাগ আগৰৱালা সংবাদ মেলত বিতং প্ৰকাশ।

Related Articles

Leave a Reply

Close