অসম

ছয়গাঁৱত পথ দুৰ্ঘটনা

প্ৰথম খবৰ, ছয়গাঁও: ছয়গাঁও আৰক্ষী চকীৰ অন্তৰ্গত কৈমাৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ২ মান বজাত এক পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত বাতৰি অনুসৰি গুৱাহাটী অভিমুখে গৈ থকা AS-19 C-1948 নম্বৰৰ মালবাহী ডি আই গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ লাইনৰ খুটাত খুণ্ডা মাৰি খালত বাগৰি পৰে। ফলত গাড়ীখনৰ চালক জনৰ লগতে হেণ্ডিমেন গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয়।

Related Articles

Leave a Reply

Close