অসম

জনশূণ্য চেঙা উন্নয়ন খণ্ড

প্ৰথম খবৰ, চেঙা : চেঙা উন্নয়ণ খণ্ডত  দুপৰীয়া বাৰ বজালৈ কাৰ্যালয়ত উপস্থিত নহ’ল কৰ্মচাৰী । আজি মাহৰ তৃতীয় শনিবাৰ । আজি জাতীয় পোচাকত আহিব লাগে কৰ্মচাৰী। কিন্তু সততে কৰ্মচাৰী অনুপস্থিত থকা এই কাৰ্যালয়ত দুপৰীয়া বাৰ বজালৈ খালি হৈ থাকিল চকী মেজ। কাৰ্যালয়লৈ আহি উভতি যাব লগা হ’ল সাধাৰণ লোক। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীৰ মাজত এতিয়া এইদৰে চলিছে কৰ্ম সংস্কৃতি।

Related Articles

Leave a Reply

Close