অসম

জাঁজীত গাড়ীৰ খুন্দাত আহত নাহৰফুটুকী

প্ৰথম খবৰ,জাঁজী: যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত জাঁজী কলিয়াপানীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সন্ধিয়া প্রায় ৮ বজাত কোনো বাহনৰ খুন্দাত এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ আহত হয়। ঘটনাৰ খবৰ পাই আৰক্ষী আৰু বনবিভাগৰ লোক পশু চিকিৎসকসহ ঘটনাস্থলীত উপস্থিত হৈ আহত নাহৰ ফুটুকীটোক চিকিৎসাৰ ব্যৱস্থা কৰিছে ৷

Related Articles

Leave a Reply

Close