অসম

জোনাকী কাণ্ডৰ সৈতে জড়িত আৰু দুজন অপৰাধীক গ্ৰেপ্তাৰ

প্ৰথম খবৰ, বৈঠালাংছ’: বৈঠালাংছ’ৰ তামোলবাড়ী ৰেংখাং গাঁৱত সংঘটিত জঘন্য দলবদ্ধ ধৰ্ষণ আৰু হত্যা কাণ্ডৰ গোচৰত জড়িত আৰু দুজন অপৰাধীক কৰায়ত্ত কৰে বৈঠালাংছ আৰক্ষীয়ে। অপৰাধী দুজন ৰূপনছিং ফাংছ আৰু জয়ছিং ক্ৰ’। এই পৰ্যন্ত মুঠ চাৰিজনক কৰায়ত্ত কৰা হয়। পূৰ্বে আটক হৈছিল মহাজন চেনাৰ আৰু চাৰ-ইম বে। জোনাকী মিলিকপী নামৰ যুৱতীগৰাকীক লগত সংঘটিত হৈছিল এই নাৰকীয় কাণ্ড।                     

Related Articles

Leave a Reply

Close