অসম

টিহুত পথ দূৰ্ঘটনাত মহিলা নিহত

প্ৰথম খবৰ,বৰমা: নলবাৰী জিলাৰ টিহু থানাৰ অন্তৰ্গত কদমতল চকৰ ৩১নং ৰাষ্ট্ৰীয় ঘাই পথত পথ দুৰ্ঘটনা ৷ থিতাতে নিহত দময়ন্তী কলিতা নামৰ মহিলা এগৰাকীৰ ৷ নলবাৰীৰ পৰা AS28-8129 নম্বৰৰ বাইকখনেৰে বৰমাৰ পৰা সৰু মানিক পুৰলৈ গৈ আছিল শিশু পুত্ৰ সুজিত কলিতাৰ সৈতে স্বামী-স্ত্ৰী ৷ AS01Z-6593 নম্বৰৰ বৰপেটাৰ পৰা গুৱাহাটী অভিমুখী ট্ৰাক এখনে মহতীয়াই নিয়ে বাইকখনক ৷

Related Articles

Leave a Reply

Close