অসম

ঢেকীয়াজুলিত ৩ ট্ৰাক চোৰাং কাঠ জব্দ

প্ৰথম খবৰ,ঢেকীয়াজুলি,৯ মে’: শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি বনাঞ্চলিক এলেকাৰ অধীনৰ ঠেলামৰাৰ কাটনিগাঁওত তিনি ট্ৰাক চোৰাং কাঠ জব্দ। আজি সন্ধিয়া বন বিভাগে কাঠ ব্যৱসায়ী ধৰ্মেশ্বৰ কুৰ্মীৰ এটা কাঠৰ গুদামৰ পৰা জব্দ কৰি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ অনা কাঠখিনিৰ মূল্য তিনি লক্ষাধিক টকা হ’ব বুলি বন বিষয়া আৰু কাঠখিনিৰ গৰাকীজনে সাংবাদিকৰ আগত প্ৰকাশ কৰিছে।

Related Articles

Leave a Reply

Close