অসম

তিনিচুকীয়াত আৰক্ষী বিষয়াৰ আত্মহত্যা

প্ৰথম খবৰ,তিনিচুকীয়া: তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ASI কৰ্ণ লংপতিয়াই নিজৰ চাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা কৰে। আত্মহত্যাৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই। মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ।
ঘটনাটোক লৈ আৰক্ষীৰ তদন্ত

Related Articles

Leave a Reply

Close