অসম

তেজপুৰত বিশ্ব হাস্য দিৱস পালন

প্ৰথম খবৰ,তেজপুৰ: মে’ মাহৰ ৭ তাৰিখে সমগ্ৰ বিশ্বজুৰি পালন কৰা হয় বিশ্ব হাস্য দিৱস। তেজপুৰৰ লাফিং ক্লাৱৰ উদ্যোগত বিগত বৰ্ষবোৰৰ দৰে এইবাৰো তেজপুৰৰ শ্বহীদ বাকৰিত পালন কৰা হয় বিশ্ব হাস্য দিৱস ৷ আজি পুৱা তেজপুৰৰ জাতীয় শ্বহীদ বাকৰিৰ পৰা উলিওৱা হয় শোভাযাত্ৰা। হাঁহি আৰু হাঁহিৰে সকলোৱে শোভাযাত্ৰা ভাগ লয়। পতাকা উত্তোলনৰে আৰম্ভ হোৱা হাস্য দিৱস উপলক্ষে এখন সজাগতা সভা অনুস্থিত কৰা হয় ৷

Related Articles

Leave a Reply

Close