অসম

তেজপুৰত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

প্ৰথম খবৰ, তেজপুৰ:ধলা শদিয়াত দলংত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰবেশত বাধা দি বিজেপি তিনি বিধায়কে চেলফি উঠা বাতৰিৰ প্ৰতিবাদ জনাবলৈ যুৱ প্ৰদেশৰ সভাপতি হিৰণ্য ভুঞাৰ নেতৃত্বত যোৱা দল এটাক আজি প্ৰতিবাদস্থলীত আৰক্ষীয়ে
লাঠি চালনা কৰি অত্যাচাৰ চলোৱাৰ প্ৰতিবাদত সমগ্ৰ ৰাজ্য জুৰি প্ৰতিবাদ কৰে যুৱ কংগ্ৰেছ আৰু এন এচ ইউ আই য়ে প্ৰতিবাদ সাব্যস্ত কৰে । তেজপুৰ চহৰৰ মাজমজিয়াৰ বৰগোলা চৰ্কত যুৱ কংগ্ৰেছৰ জিলা সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ বিৰুদ্ধে শ্লোগান দি প্ৰতিকৃতি দাহ কৰে ।

Related Articles

Leave a Reply

Close