অসম

দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ অধ্যাপক বিজয় কুমাৰ বৰুৱা ই মহাবিদ্যালয়লৈ পৰিধান কৰি আহলে জাতীয় সাজ পাৰ

প্ৰথম খবৰ, দেওমৰনৈ, দৰং: দৰং জিলাৰ পশ্চিম প্ৰান্তৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক বিজয় কুমাৰ বৰুৱা ই মহাবিদ্যালয়লৈ পৰিধান কৰি আহলে জাতীয় সাজ পাৰ । উল্লেখ্য যে ৰাজ্যচৰকাৰখনে প্ৰতি মাহৰ প্ৰথম আৰু তৃতীয় শনিবাৰত জাতীয় পোছাক পৰিধান কৰিব লাগিব বুলি নিৰ্দেশ জাৰি কৰিছিল সেইসময়তে বৰুৱাই ৰাজ্যচৰকাৰৰ প্ৰশংসনীয় পদক্ষেপক আদৰণি জনাই জাতীয় সাজ পোছাক পৰিধান কৰি মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গৰ লগতে ছাত্ৰ ছাত্ৰী সকলক উৎসাহীত কৰিছে ।

Related Articles

Leave a Reply

Close