অসম
নলবাৰীত বিধায়কৰ মাছৰ পোনা বিতৰণ

প্ৰথম খবৰ,নলবাৰী: নলবাৰীৰ সাগৰকুছিত পঞ্চৰত্নৰ উদ্যোগত মীন পালকক মাছৰ পোনা আৰু সামগ্ৰী বিতৰণ কৰিলে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই ।