থোৰতেশীৰ্ষ

নাৰেংগীত ভয়ংকৰ অগ্নিকাণ্ড

প্ৰথম খবৰ, নাৰেংগী: নাৰেংগী পাথৰকোৱেৰীত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড। মামনি বৰা নামৰ মহিলগৰাকীৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ডত চাৰিটা কৈ বাসগৃহ জাহ যোৱাৰ লগতে মূল্যৱান সা-সম্পত্তি নষ্ট হৈছে।শ্বৰ্ট চাৰ্কিটৰ ফলত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।

Related Articles

Leave a Reply

Close