অসমশীৰ্ষ

ফেচবুকত আগতীয়া ফলাফল: অভিযোগ পালেই হ’ব ব্যৱস্থা

প্ৰথম খবৰ, নুনমাটি: মেট্ৰিকৰ আনুষ্ঠানিক ফলাফলৰ পূৰ্বে ফেচবুকত ফলাফল দিয়াসকলৰ বিৰুদ্ধে কঠোৰ হ’ব ছেবা৷ ছেবাৰ এক উচ্চস্তৰীয় সূত্ৰই সদৰী কৰা মতে, আইনগত ব্যৱস্থা নললেও এনে কৰাটো নীতি বিৰুদ্ধ কথা৷ অৱশ্যে, এনেদৰে নিয়ম উলংঘা কৰি আগতীয়া ফলাফল ঘোষণা কৰা সকলৰ বিৰুদ্ধে গোচৰ তৰাৰ দাবীও ফেচবুকতে আন একাংশই উত্থাপন কৰিছে৷

Related Articles

Leave a Reply

Close