অসম

বঙাইগাঁৱত মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ, বঙাইগাঁৱ: বঙাইগাঁৱৰ ডাকুৱাপাৰাৰ কুঁজিয়া নৈত মৃতদেহ উদ্ধাৰ৷ ৷ মৃতদেহটো সূত্ৰধাৰপাৰাৰ শুক্লেশ্বৰ সূত্ৰধৰ বুলি চিনাক্ত কৰা হৈছে ৷ কালি সন্ধানহীন হৈছিল লোকজন ৷ অৱশ্যে এয়া দুৰ্ঘটনা নে আত্মহত্যাৰ ঘটনা সেয়া বৰ্তমানলৈ নিশ্চিত হোৱা নাই ৷

Related Articles

Leave a Reply

Close