অসম

বাক্সাত তিনি চোৰাংচিকাৰীৰ আত্মসমৰ্পন

প্ৰথম খবৰ, জালাহ: বাক্সাৰ শিমলা আৰক্ষী থানাত তিনি চোৰাংচিকাৰীৰ আত্মসমৰ্পন৷ বাক্সাৰ পলাশবাৰী বনগাঁৱৰ চোৰাং চিকাৰীকেইজন হ’ল- বিনয় নাৰ্জাৰী(৩৫), চাৰ্লেচ নাৰ্জাৰী(৩৮) আৰু খনীন মুছাহাৰী(৩১) | এটা হস্তনিৰ্মিত বন্দুকসহ আত্মসমৰ্পন কৰা চোৰাং চিকাৰী কেইজনে এসময়ত মানাহ ৰাষ্ট্ৰীয় উদ্যানত জীৱ-জন্তু চিকাৰ কাৰ্যৰ সৈতে জড়িত বুলি সন্দেহ কৰিছে আৰক্ষীয়ে |

Related Articles

Leave a Reply

Close