অসম

বাক্সাৰ মুছলপুৰৰ কাটলিগাঁওত চাঞ্চল্যকৰ ঘটনা

প্ৰথম খবৰ, বৰমা:  সুলভ মূল্যৰ চাউল হ’ল প্লাষ্টিক৷ নৰেশ্বৰ বসুমতাৰীয়ে ক্ৰয় কৰিছিল 25 কেজি চাউল৷ ভাত ৰন্ধাৰ সময়ত পোহৰলৈ আহিল এই ঘটনা৷ চৰকাৰৰ যোগান বিভাগৰ বিৰুদ্ধে ক্ষুব্ধ ৰাইজ৷

Related Articles

Leave a Reply

Close