অসম

বিদ্যুতৰ তাঁৰত লাগি দহ বছৰীয়া শিশুৰ মৃত্যু

প্ৰথম খবৰ, বিশ্বনাথ চাৰিআলি: বিশ্বনাথৰ বিহপুখুৰী চাপৰিত অঘটন। খেতি পথাৰত বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবে লগাই ৰখা বিদ্যুতৰ তাঁৰত লাগি দহ বছৰীয়া ৰহিমালী ইছলামৰ নামৰ শিশুৰ কৰুণ মৃত্যু। কিছুদিন ধৰি অঞ্চলটোত বনৰীয়া হাতীয়ে খেতি পথাৰ তহিলং কৰি চলাই আহিছিল উপদ্ৰৱ।

Related Articles

Leave a Reply

Close