অসম

বিশ্বনাথত উদ্ধাৰ ধনেশ পক্ষী


প্ৰথম খবৰ,বিশ্বনাথ চাৰিআলি: বিশ্বনাথ জিলাৰ গুৱালতুলি গাঁৱৰ আনোৱাৰ হুছেইন নামৰ ব্যক্তি জনৰ ঘৰত আজি উদ্ধাৰ হয় এটা ধনেশচৰাই। কাজিৰঙাৰ পৰা খাদ্যৰ সন্ধানত আহি এইদৰে বিশ্বনাথৰ এই গুৱালতুলি গাৱত আশ্ৰয় লৈ থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে আৰু বন বিভাগক খবৰ দিয়ে। ইতিমধ্যে বন বিভাগে এই চৰাইটো উদ্ধাৰ কৰি নিজৰ জিম্মাত ৰাখিছে।

Related Articles

Leave a Reply

Close