অসম

বিহপুৰীয়াত ৯ বছৰীয়া কন্যা শিশু যৌন নিৰ্যাতনৰ চেষ্টা

প্ৰথম খবৰ, বিহপুৰীয়া: লখিমপুৰ জিলাৰ বিহপুৰীয়াত এগৰাকী ৯বছৰীয়া কন্যা শিশুক ৬৫ ঊৰ্ধ্বৰ পাষান ব্যক্তিয়ে যৌন নিৰ্যাতনৰ চেষ্টা চলাই ৷ ইতিমধ্যে কিশোৰী গৰাকী পৰিয়ালে বিহপুৰীয়া থানাত ব্যক্তিজনৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰিছে ৷ মৰণৈ গ্ৰেজিঙৰ আমিৰ শ্বেখ (৬৫) নামৰ এই দোকানীজনে দীৰ্ঘদিন ধৰি দোকানৰ ভিতৰত নিৰ্যাতন চলাই আহিছিল শিশুটিক৷ পলাতক শিশু নিৰ্যাতনকাৰী আমিৰ বৰ্তমান পলাতক ৷

Related Articles

Leave a Reply

Close