অসম

বিহপুৰীয়া উন্নয়ন খণ্ডত ব্যাপক দুৰ্নীতি

প্ৰথম খবৰ, বিহপুৰীয়া: ৰাজ পথত ৰাইজৰ প্ৰতিবাদ৷ ৪লাখ ৪২ হাজাৰ টকাৰে নিৰ্মাণ কৰা এই পথছোৱাত মাত্ৰ কেইটামান শিলগুটি পেলাই দায়িত্ব সামৰে৷ বাহঁগড়া গড়কাপ্তানি পথৰ পৰা সুৰেন দাস চুবুৰী সংযোগী পথছোৱাত সৃষ্টি হোৱা দুৰ্নীতিৰ প্ৰতিবাদত স্থানীয় ৰাইজে ১০-৫৫ বজাৰ পৰা এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে৷

Related Articles

Leave a Reply

Close