অসম

বঢ়মপুৰত পথ দুৰ্ঘটনা

প্ৰথম খবৰ,বঢ়মপুৰ: বঢ়মপুৰৰ নত্তম গাঁৱত শোকাৱহ পথ দুৰ্ঘটনা। দ্ৰুতবেগী ট্ৰাকে মহতিয়ালে বাইক আৰোহীক। থিতাতে নিহত অচিনাক্ত বাইক আৰোহী যুৱকজন। অভিযুক্ত ট্ৰাক চালকক বান্ধি ৰাখিলে ক্ষুব্ধ একাংশ লোকে। দুৰ্ঘটনাটোৰ ফলত তীব্ৰ যান জটঁৰ সৃষ্টি হয় ৩৭ নংৰাষ্ট্ৰীয় ঘাই পথত।

Related Articles

Leave a Reply

Close