অসম

বৰমাত তীৰ খেলৰ বিৰুদ্ধে ৰাজপথত ছাত্ৰ-ছাত্ৰী

প্ৰথম খবৰ,বৰমা: বাক্সাৰ বৰমাত সহস্ৰাধিক ছাত্ৰ ছাত্ৰীৰ ৰাজপথত উত্তাল প্ৰতিবাদ ৷ বৰমাৰ পাশ্বৱৰ্তী অঞ্চলত অবাধ গতিত চলি থকা তীৰৰ লগতে বিভিন্ন অপৰাধমূলক কাৰ্য্য ৰোধ কৰাৰ প্ৰতিবাদত আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীৰ এই উত্তাল প্ৰতিবাদ ৷

Related Articles

Leave a Reply

Close