অসম

ভক্তিৰসেৰে জীপাল হ’ল ওডালগুৰি আৰু পুৰণিগুদাম

প্ৰথম খবৰ,বঢ়মপুৰ/ওডালগুৰি,১৩মে’: বিগত বছৰবোৰৰ দৰে এই বছৰো ওদালগুৰিৰ স্থানীয় ৰাখাল নাম ঘৰ(সত্ৰ)ত আৰু নগাওঁ জিলাৰ পুৰণিগুদামৰ পানীগাওঁ পাঠেকৰচুক কীৰ্ত্তন গৃহত অনুষ্ঠিত হৈছে মহাপালনাম ৷ এই পালনামত ভগৱানৰ ওচৰত সেৱা জনাই হেজাৰ হেজাৰ ভক্তই। আজি পুৱাৰে পৰা পুৱাৰে পৰা অজস্ৰ ভক্ত পান ৰাইজৰ সোতঁ বৈছে এই অনুষ্ঠানলৈ ৷ সন্ধিয়াৰ ভাগত সহস্ৰাধিক বন্তি প্ৰজ্বলনৰ পিছৰে পৰা দেওঁবাৰে পূঁৱা পৰ্য্যন্ত অবিৰত ভাবে পাঠ কৰা হব ভাগৱত ৷

Related Articles

Leave a Reply

Close