অসম

ভটীয়াপাৰত পথ দুৰ্ঘটনা

প্ৰথম খবৰ,ৱগৌৰীসাগৰ: শিৱসাগৰ জিলা জয়সাগৰ অাৰক্ষী চকী অন্তৰ্গত ভটীয়াপাৰ সমীপৰ গেমন দলংৰ সমীপৰত অাজি সন্ধিয়া সংঘটিত হয় এক পথ দুৰ্ঘটনা। শিৱসাগৰ পৰা যোৰহাট অভিমুখী এখন তীব্ৰ বেগী টেভেলাৰে মহতিয়াই নিয়ে ৰুবুল গগৈ নামৰ মটৰচাইকেল অাৰুহীজনক। বৰ্তমান ৰুবুল গগৈক শিৱসাগৰ অসামৰিক চিক্ৎিসালয়ত চিকিৎসাৰ বাবে নিয়া হৈছে। দুৰ্ঘটনা সংঘটিত কৰি টেভেলাৰখন পলায়ন কৰে ।

Related Articles

Leave a Reply

Close