ৰাষ্ট্ৰীয়

মণ্ডপত দৰা-কইনাৰ কাজিয়া, ভাইৰেল হৈছে ভিডিঅ’

প্ৰথম খবৰ: বিয়াৰ পৱিত্ৰস্থলীত য’ত আটাইতকৈ বেছি মানুহৰ ভিৰ হয় সেয়াই হ’ল বৰমালা পিন্ধোৱা ঠাই অৰ্থাৎ বিয়াৰ মণ্ডপ। য’ত দৰা-কইনাই এজনে আনজনক অগ্নিক সাক্ষী কৰি ডিঙিত বৰমালা পিন্ধায়। সেই সময়ত দৰা-কইনাক বিভিন্ন ধৰণে ধেমালি কৰি জোকোৱা দেখা যায়। বৰমালা পিন্ধোৱা সময়ৰ তেনে এটি ভিডিঅ’ই এতিয়া ছ’চিয়েল মিডিয়া, ইউ টিউবত যথেষ্ট মনোৰঞ্জনৰ সৃষ্টি কৰিছে। য’ত দৰা-কইনাই এজনে আনজনক ডিঙিত বৰমালা পিন্ধোৱা সময়ত হঠাৎ দুয়োৰে মাজত চলিছিল হতাহতি। ফলত বৰমালা চিঙি পৰে আৰু দুয়োজনে বিয়াৰ দিনা এজনে আনজনক বৰমালা পিন্ধাব নোৱাৰিলে।

https://www.youtube.com/watch?time_continue=14&v=3aP69FVFKe0

Related Articles

Leave a Reply

Close